লাহী-সূতাৰ-সীয়নিত-জীৱন-আৰু-ভাষাবোৰ

Lucknow, Uttar Pradesh

Feb 20, 2023

লাহী সূতাৰ সীয়নিত জীৱন আৰু ভাষাবোৰ

হিংসা-বিদ্বেষ-বিভাজনৰ এই সময়ত কবিয়ে প্ৰেম আৰু মুক্তিৰ ভাষা বিচাৰিছে। তেওঁ বিচাৰি পাইছে মুখবন্ধ কৰি থোৱা ইতিহাসৰ পাতৰ পৰা উদিত হোৱা মাতৃভাষাবোৰ

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Poem

Sabika Abbas

সাবিকা এগৰাকী কবি, সংগঠক আৰু আখ্যান কথক। তেওঁ চাগ (SAAG) এন্থ’লজি, লিডচ্ মুভমেণ্ট আৰু কমিউনিটি ৱৰ্ক ৱিথ ফিয়েৰলেচ কালেক্টিভৰ এগৰাকী জ্যেষ্ঠ সম্পাদক।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Painting

Labani Jangi

লাৱনি জংগি ২০২০ৰ পাৰি ফেল’ আৰু পশ্চিমংবগৰ নাদিয়া জিলাৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিকৰ প্ৰব্ৰজন সন্দৰ্ভত পিএইছডি কৰি আছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।