উন্নাও: দুগৰাকী দলিত কিশোৰীৰ মৃতদেহ পথাৰত উদ্ধাৰ, তৃতীয় গৰাকীৰ অৱস্থা সংকটজনক
– দ্য ৱায়াৰ, ১৮ ফেব্ৰুৱাৰী, ২০২১
গছত ওলমি থকা অৱস্থাত উত্তৰ প্ৰদেশত দলিত কিশোৰীৰ মৃতদেহ উদ্ধাৰ, ধৰ্ষণৰ অভিযোগত ৩ জনৰ বিৰুদ্ধে এফআইআৰ দাখিল
– আউটলুক ইণ্ডিয়া, ১৮ জানুৱাৰী, ২০২১
উত্তৰ প্ৰদেশৰ পথাৰত ১৫ বছৰীয়া দলিত কিশোৰীৰ মৃতদেহ উদ্ধাৰ, হত্যাকাণ্ডৰ সন্দেহ পৰিয়ালৰ
– দ্য হিন্দুস্তান টাইমছ্, ৩ অক্টোবৰ, ২০২০
হাথৰছৰ পাছত: উত্তৰ প্ৰদেশত ২২ বছৰীয়া দলিত যুৱতীক ধৰ্ষণ, হত্যা
– দ্য ইণ্ডিয়ান এক্সপ্ৰেছ, ১ অক্টোবৰ, ২০২০
নৃশংস গণ ধৰ্ষণৰ বলি উত্তৰ প্ৰদেশৰ দলিত কিশোৰীৰ দিল্লীৰ হস্পিতালত মৃত্যু
– দ্য হিন্দু, ২৯ ছেপ্টেম্বৰ, ২০২০
উত্তৰ প্ৰদেশ: দলিত কিশোৰীক ধৰ্ষণ, গছত ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ
– ফাৰ্ষ্টপ’ষ্ট, ১৯ ফেব্ৰুৱাৰী, ২০১৫
উত্তৰ প্ৰদেশত গছত ওলমি থকা অৱস্থাত অন্য এগৰাকী নাবালিকা উদ্ধাৰ, ধৰ্ষণ আৰু হত্যাৰ অভিযোগ পৰিয়ালৰ
– ডিএনএ, ১২ জানুৱাৰী, ২০১৪



