জাজপুৰত-স্কুললৈ-বহুদূৰ-বাট

Jajpur, Odisha

Jan 25, 2023

জাজপুৰত স্কুললৈ বহুদূৰ বাট

ওড়িশাত হাজাৰ হাজাৰ স্কুল বন্ধ কৰা হৈছে আৰু আন স্কুলৰ সৈতে একত্ৰিত কৰা হৈছে। প্ৰাথমিক বিদ্যালয়ৰ বহু শিক্ষাৰ্থীয়ে এতিয়া পঢ়াৰ বাবে ৰেলৱে ট্ৰেক পাৰ হৈ, ৰাস্তাৰ কুকুৰ সৈতে যুঁজি বহুদূৰ বাট বাই অহা-যোৱা কৰিবলগীয়া হৈছে। ২৪ জানুৱাৰী, বিশ্ব শিক্ষা দিৱস উপলক্ষে শৈক্ষিক ক্ষেত্ৰখনৰ চৰজমিন পৰ্য্যায়ত ‘সংশোধন’ৰ ৰাজ্যিক নীতিৰ প্ৰভাৱক লৈ এই প্ৰতিবেদন যুগুতোৱা হৈছে

Photographer

M. Palani Kumar

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Kavitha Iyer

কবিতা আয়াৰে দুটা দশক ধৰি সাংবাদিকতা কৰি আহিছে। তেওঁ ‘Landscapes Of Loss: The Story Of An Indian Drought’ৰ গ্ৰন্থকাৰ (হাৰ্পাৰ কলিন্সৰ দ্বাৰা ২০১১ত প্ৰকাশিত)।

Photographer

M. Palani Kumar

এম. পালানি কুমাৰ পিপলচ্ আৰ্কাই অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী ষ্টাফ ফটোগ্ৰাফাৰ। তেওঁ শ্ৰমিক শ্ৰেণীৰ মহিলা তথা উপান্ত শ্ৰেণীৰ লোকৰ জীৱনবোৰ আলোকচিত্ৰ আৰু প্ৰতিবেদনৰ যোগেদি তুলি ধৰাত আগ্ৰহী। পালানিয়ে ২০২১ত এমপ্লিফাই অনুদান আৰু ২০২০ত সমস্যক দৃষ্টি আৰু ফটো চাউথ এছিয়া অনুদান অনুদান লাভ কৰিছিল। ২০২২ত তেওঁ প্ৰথমটো দয়ানিধি সিং-পাৰি তথ্যচিত্ৰ আলোকচিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ তামিলনাডুত হাতেকৰা চাফাই কৰ্মীৰ ওপৰত চলচ্চিত্ৰকাৰ দিব্যা ভাৰথীৰ দ্বাৰা নিৰ্মিত ‘কাকূচ’ নামৰ তথ্যচিত্ৰখনৰ চিনেমেটোগ্ৰাফি কৰিছে।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।