ঝাৰখণ্ডৰ চান্থাল পাৰগানাচ অঞ্চলৰ লেটা পাহাৰীয়াই আমাক স্থানীয়ভাবে নিৰ্মিত এন্দুৰ ধৰা ফান্দ দেখুৱাইছে। গোড্ডা জিলাৰ সুন্দেৰপাহাৰী খণ্ডৰ ঘাগ্ৰী গাঁৱৰ ক্ষুদ্ৰ খেতিয়ক লেটাই এই ফান্দবোৰ নিজেই তৈয়াৰ কৰে। এনেদৰেই চাওতাল আৰু পাহাৰীয়া জনজাতিৰ বহুতো অইন আগৰ প্ৰজন্মৰ পুৰুষে এয়া কৰে।

ফান্দবোৰ খেতিপথাৰত ৰখা হয় অথবা য'ত শস্যৰ দানাবোৰ ৰখা হয়। আদিবাসীসকলে তাৰেই কুশলতাৰে এন্দুৰ ধৰে। ভিডিঅ ক্লিপত দেখা ফান্দবোৰ বাঁহ আৰু শাল কাঠেৰে তৈয়াৰ কৰা হয়। অইন ডিজাইনৰো ফান্দ ইয়াতে তৈয়াৰ কৰা হয়। কিন্তু মই ঘাগ্ৰীলৈ ২০১৬ চনত যাওতে এই তিনিখনেই দেখিছিলো আৰু চিত্ৰায়ন কৰিছিলো।


অনুবাদকঃ  ৰশ্মি ৰেখা দাস

Anupam Paul

ଡ.ଅନୁପମ ପଲ୍ ହେଉଛନ୍ତି ପଶ୍ଚିମବଙ୍ଗ ନଦିଆ ଜିଲ୍ଲା ଫୁଲିଆ ସ୍ଥିତ ସରକାରୀ କୃଷି ତାଲିମ ସଂସ୍ଥାର ଉପନିର୍ଦ୍ଦେଶକ। ସେ ଜଣେ ଭାବୁକ ଲୋକ ଧାନ ସଂରକ୍ଷକ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Anupam Paul