even-in-the-heat-there-is-some-guilt-if-i-drink-the-water-as

Latur, Maharashtra

Aug 03, 2024

‘অসহ্য গৰমতো এটুপি পানী খালে অপৰাধবোধে ছানি ধৰে’

লাটুৰৰ শ্বালুবাই চৱন নামৰ মহিলাগৰাকীৰ পৰিয়ালটোৰ বাবে পানী কঢ়িয়াই আনোতেই দিনটোৰ আঠ ঘণ্টা সময় পাৰ হৈ যায়৷ বহুতে আকৌ ঔৰংগাবাদৰ বিয়েৰৰ কাৰখানাবোৰতকৈ তিনিগুণ বেছি দৰত পানী কিনে৷ সাধাৰণতে পানী কঢ়িওৱাৰ এই কষ্টকৰ কামটো কৰিবলগীয়া হয় ঘৰৰ মহিলাসকলেহে

Translator

Deity

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Editor

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Translator

Deity

গুৱাহাটীৰ ডেইটী এগৰাকী অনুবাদক আৰু লিখক। তেওঁ মুক্ত বিহংগৰ দৰে আকাশত উৰি ফুৰিব বিচাৰে।