হিমালয়ৰ-নিৰ্বাচনী-ইচ্ছ্যুঃ-আমাক-ৰাজপথ-নহয়-ৰাস্তা-লাগে

Pithoragarh, Uttarakhand

Jun 24, 2019

হিমালয়ৰ নিৰ্বাচনী ইচ্ছ্যুঃ আমাক ৰাজপথ নহয় ৰাস্তা লাগে

উত্তৰাখণ্ডৰ সুউচ্চ পাহাৰীয়া গাঁৱত, য’ত খচ্ছৰৰ থিয় বাটত মাইলৰ পিছত মাইল খোজকাঢ়ি যাবলগীয়া হয়, গঞাই ১১ এপ্ৰিলৰ দিনা কাৰোবাক ভোট দি জয়ী কৰিলেই বাৰু, পিছে শাসনলৈ অহা কোনটো ৰাজনৈতিক দলে দীৰ্ঘদিন ধৰি সম্পূৰ্ণ নোহোৱা ৰাস্তাৰ কাম শেষ কৰিব

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Arpita Chakrabarty

ত্তৰাখণ্ডৰ আলমোৰাৰ অৰ্পিতা চক্ৰবৰ্তী এগৰাকী মুক্ত সাংবাদিক।তেঁও টাইমছ অৱ ইণ্ডিয়া, ডাউন টু আৰ্থ আৰু কণ্ট্ৰিবিউটৰিয়াত লিখে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।