সমৃদ্ধি-ৰাজপথে-মহতিয়াই-নিলে-পাৰ্ধিৰ-বিদ্যালয়

Amravati, Maharashtra

Jul 09, 2019

সমৃদ্ধি ৰাজপথে মহতিয়াই নিলে পাৰ্ধিৰ বিদ্যালয়

মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত এজন ফানচে পাৰ্ধি শিক্ষকে দীৰ্ঘদিনধৰি বদনামৰ বোজা কঢ়িওৱা নিজৰ নিঃস্ব জনজাতিটোৰ কণ কণ ল’ৰা-ছোৱালীৰ কাৰণে আৰম্ভ কৰা বিদ্যালয়খন ৬ জুনৰ দিনা চৰকাৰে ভাঙি পেলোৱা কাৰ্যই সকলোকে শংকিত কৰি তুলিছে

Author

Jyoti

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jyoti

জ্যোতি পিপলচ্ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰতিবেদক। ইয়াৰ আগতে তেঁও 'মি মাৰাঠী' আৰু 'মহাৰাষ্ট্ৰ১' আদি নিউজ চেনেলত কাম কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।