মই-যেতিয়া-তেঁওক-ঘৰলৈ-উভতি-অহা-দেখো-সেই-বাঘিনীক-ধন্যবাদ-জনাও

Yavatmal, Maharashtra

May 16, 2019

'মই যেতিয়া তেঁওক ঘৰলৈ উভতি অহা দেখো, সেই বাঘিনীক ধন্যবাদ জনাও’

য়াভাতমালৰ শংকিত গোৰখীয়া শংকৰ অত্ৰামে অলপতে নিহত টি-১ বাঘিনীৰ পৰা বাচি থাকিবৰ কাৰণে এক হাস্যকৰ 'কৱচ’ সাজি উলিয়াইছে, তেঁওৰ কাৰণে বিপদ বাঢ়িছে, কিয়নো বসতি হেৰুৱাই দিহিঙে-দিপাঙে ঘুৰি ফুৰা বাঘৰ সৈতে মানুহৰ সংঘাত বৃদ্ধি পাব পাৰে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।