ভোকাতুৰ-ছাত্ৰৰ-বাবে-সামান্য-আহাৰেই-বহুত

Palghar, Maharashtra

Apr 17, 2020

ভোকাতুৰ ছাত্ৰৰ বাবে সামান্য আহাৰেই বহুত

চৰকাৰৰ সুলভ মূল্যৰ সীমিত আবণ্টিত সামগ্ৰীৰে জীৱন ধাৰণ কৰা পৰিয়ালৰ বোজা পাতল কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে জিলা পৰিষদৰ বিদ্যালয়ত আৰম্ভ কৰা মধ্যাহ্ন ভোজনে। মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ দৰমহাৰ দৰে খাদ্য-সামগ্ৰীৰ বাবে চৰকাৰৰ বাজেটো অতি নগণ্য

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।