বাংগালামেডুৰ-মাটিৰ-তলৰ-পৰা-খান্দি-উলিওৱা-সম্পদ

Thiruvallur, Tamil Nadu

Mar 31, 2020

বাংগালামেডুৰ মাটিৰ তলৰ পৰা খান্দি উলিওৱা সম্পদ

তামিলনাডুৰ এটা আদিবাসী সম্প্ৰদায় ইৰুলাসকলৰ বাবে খাদ্য হিচাপে ব্যৱহাৰ কৰিব পৰা বনৰীয়া গছ-বন দীৰ্ঘকাল ধৰি খাদ্যৰ উৎস হৈ আহিছে। কিন্তু বনাঞ্চল হ্ৰাস হ’বলৈ ধৰা আৰু কামৰ সুযোগৰ অনিশ্চয়তাৰ বাবে তেওঁলোকে এতিয়া ভাবিবলৈ ধৰিছে যে শিক্ষাই তেওঁলোকৰ বাবে ভাল দিন আনিব

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Smitha Tumuluru

স্মিতা টুমুলুৰু বাংগালুৰুৰ এগৰাকী ডকুমেণ্টৰী ফটোগ্ৰাফাৰ। তামিলনাডুৰ উন্নয়ন প্ৰকল্পক লৈ কৰা তেওঁৰ পূৰ্বৰ কামে গ্ৰাম্য জীৱন বিষয়ক সাংবাদিকতাত তেঁও কিমান সংবেদনশীল সেয়া স্পষ্ট কৰি তোলে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।