বহুৰূপীঃ-ভিন্ন-মুখাৰ-এটা-পৰিয়াল

Birbhum, West Bengal

May 03, 2018

বহুৰূপীঃ ভিন্ন মুখাৰ এটা পৰিয়াল

পশ্চিমবংগৰ বহুৰূপী শিল্পীসকলে সহজেই এটা প্ৰদৰ্শনীৰ সময়ত বিভিন্ন চৰিত্ৰৰ মুখসজ্জা গঢ় দিব পাৰে, কিন্তু সময়ৰ সৈতে তেওঁলোকৰ কামক খাপ খুৱাবলৈ অতিকৈ কষ্ট কৰিবলগীয়া হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ankan Roy & Sagarika Basu

অংকন ৰয় বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়, শান্তিনিকেতনৰ পৰা সাংবাদিকতা আৰু গণসংযোগৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী। সাগৰিকা বসু ২০১৬ চনৰ পাৰি প্ৰশিক্ষু আৰু বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়, শান্তিনিকেতনৰ প্ৰাক্তন ছাত্ৰী। তেঁও সম্প্ৰতি কলকাতাৰ নিউজ চেনেল '২৪ ঘণ্টা'ৰ সম্পাদকীয় প্ৰশিক্ষু।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।