পঢ়াশালিলৈ-কঠিন-বাট-কাটি-আগবাঢ়ে-বন-গুজ্জৰ-বস্তি

Pauri Garhwal, Uttarakhand

Feb 10, 2022

পঢ়াশালিলৈ কঠিন বাট কাটি আগবাঢ়ে বন গুজ্জৰ বস্তি

নথি-পত্ৰ নথকা, ঋতুকালীন প্ৰব্ৰজন, জীৱিকাৰ বিকল্পহীনতা - উত্তৰাখণ্ডৰ বনাঞ্চলৰ ভিতৰুৱা বস্তিটোৰ বাসিন্দাসকলৰ ল’ৰা-ছোৱালীহঁতে পঢ়াশালিলৈ যোৱাৰ বাটত হেঙাৰ হৈ থিয় দিয়া এইবোৰেই কাৰণ। কিন্তু স্থানীয় শিক্ষকে দেখুওৱা বাট সিহঁতে লাহে লাহে বুলিব লৈছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Varsha Singh

বৰ্ষা সিং উত্তৰাখণ্ডৰ দেৰাডুনৰ এগৰাকী মুক্ত সাংবাদিক। তেওঁ হিমালয় অঞ্চলৰ পৰিৱেশ, স্বাস্থ্য, লিংগ আৰু মানুহৰ সমস্যাবোৰৰ ওপৰত ৰিপ’ৰ্টিং কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।