চাইকেলতে-ঢোল-তাল-বজাই-আনন্দ-বিলাই-ফুৰা-মানুহজন

Birbhum, West Bengal

Apr 03, 2018

চাইকেলতে ঢোল-তাল বজাই আনন্দ বিলাই ফুৰা মানুহজন

দিনত তেওঁ তেনেই সাধাৰণ এজন মাছমৰীয়া৷ কিন্তু আবেলি হ’লেই তেওঁ নিজৰ ঢোল আৰু তালজোৰ লৈ ওলাই যায় অইন এখন পৃথিৱীৰ সন্ধানত৷ চাইকেলৰ পিছপিনে নিজা কায়দাৰে ঢোল আৰু তাল ৰছীৰে মেৰিয়াই লৈ চাইকেলখন চলাই গৈ থকা অৱস্থাতে হেণ্ডেল নধৰি ঢোলত চাপৰ মাৰি তালৰ সৈতে সংগত কৰি তেওঁ হৈ পৰে এজন সংগীতজ্ঞ৷ এয়া পশ্চিমবংগৰ শান্তিনিকেতনৰ এগৰাকী বিৰল সংগীতজ্ঞ শ্ৰীলাল চাহানী

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sinchita Parbat

সিঞ্চিতা পৰ্বত পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ ভিডিঅ’ সম্পাদক আৰু এগৰাকী স্বতন্ত্ৰ আলোকচিত্ৰশিল্পী তথা তথ্যচিত্ৰ নিৰ্মাতা। তেওঁৰ পূৰ্বৰ প্ৰতিবেদনসমূহ সিঞ্চিতা মাঝি বুলি পাৰিত প্ৰকাশিত হৈছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।