কৰণা-কাৰফিউৰ-মাজতো-কুঁহিয়াৰ-চপোৱা-কাম

Sangli, Maharashtra

Apr 13, 2020

ক’ৰণা-কাৰফিউৰ মাজতো কুঁহিয়াৰ চপোৱা কাম

পশ্চিম মহাৰাষ্ট্ৰৰ চেনীৰ কাৰখানাবোৰে চুক্তিত লোৱা লাখ লাখ শ্ৰমিকৰ কাৰণে সামাজিক ব্যৱধান দিবাস্বপ্ন। চাংলি জিলাৰ বহু শ্ৰমিকে এতিয়াও ক’ভিড-19ৰ আতংকৰ মাজতে অস্বাস্থ্যকৰ পৰিৱেশত কুঁহিয়াৰ কাটি থাকিবলগীয়া হৈছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।