আমি-অনাহাৰে-মৰিলে-চাবোনে-আমাক-বচাব-নোৱাৰে

Palghar, Maharashtra

Apr 13, 2020

‘আমি অনাহাৰে মৰিলে চাবোনে আমাক বচাব নোৱাৰে’

পালঘৰ জিলাৰ কাৱাটেপাৰাৰ প্ৰায়ভাগ আদিবাসী পৰিয়ালে নিৰ্মাণস্থলীত দিন হাজিৰা কৰি পেটৰ ভাত মোকলাই আহিছে। ক’ভিড-19ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত নিৰ্মাণস্থলীত কাম বন্ধ হৈ পৰাৰ সময়তে তেওঁলোকৰ ৰেচন-পাতি আৰু টকা-পইছা নাইকিয়া হৈ আহিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Shraddha Agarwal

শ্ৰদ্ধা আগৰৱাল এগৰাকী সাংবাদিক আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ বিষয়বস্তু সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।