the-union-budget-has-missed-this-anvil-as

Rupnagar, Punjab

Feb 05, 2025

নিহাৰিত নপৰিল কেন্দ্ৰীয় বাজেটৰ চকু

পাঞ্জাৱত কঠোৰ শ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰা যাযাবৰ কমাৰ এজনে প্ৰশ্ন কৰে যে তেওঁৰ দৰে মানুহৰ বাবে চৰকাৰে কি কৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Vishav Bharti

বিষৱ ভাৰতী চণ্ডীগড়ৰ এগৰাকী সাংবাদিক, তেওঁ যোৱা দুটা দশক ধৰি পাঞ্জাৱৰ কৃষি সংকট আৰু কৃষকৰ প্ৰতিৰোধৰ ধাৰা লিপিবদ্ধ কৰি আহিছে।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।