surviving-vidarbhas-mental-healthcare-maze-as

Yavatmal, Maharashtra

Jun 10, 2023

মানসিক সমস্যাৰে জৰ্জৰিত বিদৰ্ভৰ কৃষকৰ মৰ্মবেদনা

জলবায়ু পৰিৱৰ্তন, ফচলহানি, ঋণৰ বোজাই ক্ৰমাৎ মানিসকভাৱে ভাৰাক্ৰান্ত কৰি তুলিছে অঞ্চলটোৰ কৃষকসকলক। বগাহাতীত পৰিণত চৰকাৰী আঁচনি আৰু ভৰসাহীন বেচৰকাৰী সংস্থাই তেওঁলোকক আৰু অধিক বিপৰ্যস্ত হ’বলৈ বাধ্য কৰিছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।