malgaon-stands-up-to-polarisation-as

Satara, Maharashtra

Apr 29, 2024

বিভেদকামী শক্তিক প্ৰতিহত কৰিবলৈ বদ্ধপৰিকৰ মালগাওঁ

শ শ বছৰ ধৰি বিভিন্ন ধৰ্মালম্বী মানুহে মিলিজুলি প্ৰাৰ্থনা কৰা উপসনাস্থলীবোৰত কট্টৰ হিন্দুত্ববাদী গোটবোৰে আক্ৰমণ চলোৱা আজিকালি সততে পৰিলক্ষিত হয়। পিছে সেই চেষ্টাক বাধা দিয়াত বদ্ধপৰিকৰ এখন গাঁৱে দাঙি ধৰিছে সমন্বয়-সম্প্ৰীতিৰে জীয়াই থকাৰ আদৰ্শ

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।