in-pakur-pahariya-voters-are-asking-question-as

Pakur, Jharkhand

Nov 16, 2024

পাকুৰত পাহাৰীয়া ভোটদাতাই প্ৰশ্ন কৰিছে

ঝাৰখণ্ডৰ নিৰ্বাচন এইটো মাহৰ শেষৰ ভাগত অনুষ্ঠিত হ’ব। ভোটদান কাষ চাপি অহাৰ লগে লগে জনজাতীয় ভোটদাতাসকলে প্ৰশ্ন তুলিছে যে ২০২৪ৰ মে’ত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ সময়ত তেওঁলোকক নেতাবোৰে মৌলিক সা-সুবিধাখিনিৰ যি প্ৰতিশ্ৰুতি দিছিল, সেয়া কিয় পুৰণ কৰা নহ’ল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ashwini Kumar Shukla

অশ্বিনী কুমাৰ শুক্লা ঝাৰখণ্ডৰ এগৰাকী ফ্ৰীলাঞ্চ সাংবাদিক আৰু ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (২০১৮-২০১৯), নতুন দিল্লীৰ স্নাতক৷ তেওঁ ২০২৩ বৰ্ষৰ পাৰি-এমএমএফ ফেলো৷

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।