in-mp-bulldozer-injustice-muslim-lives-erased-as

Khargone, Madhya Pradesh

Nov 17, 2023

মধ্য প্ৰদেশত বুলড’জাৰ বিধান, লক্ষ্য মুছলমান

সাম্প্ৰদায়িক সংঘৰ্ষৰ পোটক তুলিবলৈ ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত ঘৰ আৰু দোকানবোৰ ভাঙি পেলোৱা হ’ল যদিও এই প্ৰক্ৰিয়াত কেৱল সংখ্যালঘূ সম্প্ৰদায়ৰ লোকহে ক্ষতিগ্ৰস্ত হ’ল

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।