নৰ্তকীৰ-সেই-বেদনাক্লিষ্ট-নূপুৰ

Central Mumbai, Maharashtra

Jun 08, 2022

নৰ্তকীৰ সেই বেদনাক্লিষ্ট নূপুৰ

মুম্বাইৰ কামাথিপুৰাত চনি আৰু অন্যান্য যৌনকৰ্মীয়ে লকডাউনৰ সময়ত আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱা স্বত্বেও তেওঁলোকৰ সন্তানক সুৰক্ষিত ৰাখিবলৈ যথাসাধ্য চেষ্টা কৰিছিল যদিও চনিয়ে ঘৰলৈ আহি জানিব পাৰিলে যে তেওঁৰ পাঁচ বছৰীয়া জীয়েকক যৌন নিৰ্যাতন কৰা হৈছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Aakanksha

আকাংক্ষা পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী প্ৰতিবেদক আৰু আলোকচিত্ৰশিল্পী। পাৰিৰ শিক্ষা গোটটোৰ সৈতে সমল সম্পাদক হিচাপে তেওঁ গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীক চৌপাশৰ বিষয়ে লিখিবলৈ প্ৰশিক্ষণ দিয়ে।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷