দৰঙত-বানৰ-বিভীষিকা-তচনচ-জীৱন-জীৱিকা

Darrang, Assam

Jul 01, 2022

দৰঙত বানৰ বিভীষিকা, তচনচ জীৱন-জীৱিকা

দৰঙৰ উত্তৰ-পশ্চিম প্ৰান্তত ব্ৰহ্মপুত্ৰৰ উপনৈ ননৈৰ তাণ্ডৱ। ধাৰাসাৰ বৰষুণৰ ফলত ওফন্দি উঠা ননৈৰ বানে নিশা উটুৱাই নিলে ঘৰ-দুৱাৰ। নতুনকৈ সিঁচা কঠিয়া মৰিল, উদং হ'ল পুখুৰীৰ মাছ

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Wahidur Rahman

ওৱাহেদৰ ৰহমান গুৱাহাটীৰ এগৰাকী মুক্ত সাংবাদিক।

Author

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Photographs

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।