robo-says-as

Mumbai, Maharashtra

Sep 14, 2024

ৰব’য়ে কয় ভৱিষ্যতৰ কথা

মুম্বাইৰ জুহু বীচ্চত আপুনি উদয় কুমাৰৰ অদ্ভুত মেচিনটো দেখিলো মনটো উৎসুকতাৰে ভৰি পৰাটো খাটাং, কিয়নো আপুনি বিশ্বাস কৰক বা নকৰক, সেই মেচিনটোৱে হেনো ভৱিষ্যতৰ কথা কয়

Author

Aayna

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Aayna

আয়না এগৰাকী ভিজুৱেল ষ্টৰিটেলাৰ আৰু পাৰিৰ আলোকচিত্ৰশিল্পী।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ড্যা পাৰিৰ সৃজনীমূলক শাখাক নেতৃত্ব দিয়া এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰিভাষা গোটৰ এগৰাকী সদস্য আৰু গুজৰাটী ভাষাত অনুবাদ আৰু সম্পাদনা কৰে। গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰা এগৰাকী কবি।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।