in-punjab-thatheras-fix-what-cannot-be-repaired-as

Nov 27, 2023

পাঞ্জাৱত থাথেৰাসকলৰ স্পৰ্শত জিলিকি উঠে কাঁহ-পিতলৰ সামগ্ৰী

থাথেৰা সম্প্ৰদায়ৰ শিল্পীসকলে সাধাৰণ সঁজুলি ব্যৱহাৰ কৰি হাতেৰেই ধাতুৰে নিৰ্মিত প্ৰায় যিকোনো ধৰণৰ বাচন-বৰ্তন মেৰামতি কৰিব পাৰে। অৱশ্যে ষ্টীলৰ বাচন-বৰ্তনৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰ এই দক্ষতাৰো চাহিদা ক্ৰমাৎ হ্ৰাস পাবলৈ লৈছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Arshdeep Arshi

চণ্ডীগড় নিবাসী স্বতন্ত্ৰ সাংবাদিক আৰু অনুবাদক অৰ্ছদীপ অৰ্ছি নিউজ 18 পাঞ্জাৱ আৰু হিন্দুস্তান টাইমছৰ সৈতে জড়িত আছিল। পাটিয়ালাৰ পাঞ্জাৱী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ইংৰাজী সাহিত্যত এম ফিল ডিগ্ৰী লাভ কৰিছে।

Editor

Shaoni Sarkar

চাৱনি চৰকাৰ কলকাতাৰ এগৰাকী মুক্ত সাংবাদিক।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।