a-neglected-village-boycotts-elections-as

Amravati, Maharashtra

Apr 26, 2024

উপেক্ষিত এখন গাঁৱৰ নিৰ্বাচন বৰ্জন

মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাৰ এখন গাঁও খড়িমলৰ বাসিন্দাই কেতিয়াও খোৱা পানী অথবা বিদ্যুতৰ সুবিধা পোৱা নাই৷ গাঁওবাসীসকলৰ মতে ৰাজনৈতিক নেতাসকলে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে ভুৱা প্ৰতিশ্ৰুতি দিয়ে আৰু সেয়া মূৰকত গৈ শূন্য হয়৷ সেয়ে তেওঁলোকে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত ভোটদান কৰাৰ পৰা নিজকে বিৰত ৰাখিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Student Reporter

Swara Garge

স্বৰা গাৰ্গ ২০২৫ৰ পাৰি এমএমএফ ফেল’। গ্ৰামীণ সমস্যাৰাজী, সংস্কৃতি আৰু অৰ্থনীতিৰ ওপৰত আগ্ৰহী স্বৰা এগৰাকী ভিজুৱেল ষ্ট’ৰিটেলাৰ।

Student Reporter

Prakhar Dobhal

প্ৰখৰ ডোভাল ২০২৫ৰ এগৰাকী পাৰি-এমএমএফ ফেল’। গ্ৰাম্য সমস্যাৰাজী, ৰাজনীতি আৰু সংস্কৃতিৰ প্ৰতি আগ্ৰহী প্ৰখৰ এগৰাকী উৎসুক ফটোগ্ৰাফাৰ।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰি এজুকেচন শিতানত ইনটাৰ্ন আৰু শিক্ষাৰ্থী স্বেচ্ছাসেৱকৰ সৈতেও ঘনিষ্ঠভাৱে জৰিত। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক সৰ্বজয়া চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্য বিষয়ত আগ্ৰহী।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এগৰাকী পেছাদাৰী অনুবাদক৷ তেওঁ এক স্থানীয় ভাষা ৰূপান্তৰ প্ৰযুক্তি কোম্পানীৰ সৈতে জড়িত৷