গংগোত্ৰী-গিৰিমালাত-ভেড়াৰখীয়াৰ-বিপদীয়া-জীৱন

Uttarkashi, Uttarakhand

Jul 20, 2022

গংগোত্ৰী গিৰিমালাত ভেড়াৰখীয়াৰ বিপদীয়া জীৱন

বৰষুণ-তুষাৰপাত নেওচি হিমালয়ৰ গাৰ্হাৱাল অঞ্চলৰ ভেড়াৰখীয়াই ছাগলী-ভেড়া চৰায়, বনৰীয়া জীৱ-জন্তুৰ পৰা জাকটোক নিৰাপদে ৰাখি তেওঁলোকে গংগোত্ৰী পৰ্বতমালাত নমাহ পৰ্য্যন্ত কটায়

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্য্যবাহী সম্পাদক। তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকা সম্পৰ্কে লিখে। প্ৰীতিয়ে পাৰিৰ শিক্ষা শাখাৰো নেতৃত্ব দিয়ে আৰু গ্ৰামীণ সমস্যাবোৰ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমৰ আওতালৈ আনিবলৈ তেওঁ বিদ্যালয় আৰু মহাবদ্যালয়সমূহৰ স’তে কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।