in-uplagarh-butter-that-will-melt-in-your-mouth-as

Sirohi, Rajasthan

Nov 06, 2025

উপলাগড়ত মুখতে পমি যোৱা মাখন

ৰাজস্থানৰ জনজাতীয় গাঁও এখনত ৰায়ালি বাইয়ে আমাক পৰম্পৰাগত সঁজুলি আৰু পদ্ধতিৰে মাখন বনোৱা দেখুৱাইছে

Student Reporter

Pramod Indaliya

Illustration

Antara Raman

Photo Editor

Binaifer Bharucha

Video Editor

Sinchita Parbat

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Student Reporter

Pramod Indaliya

হৰ্ষিতা কল্যাণ এগৰাকী জ্যেষ্ঠ সম্পাদক আৰু ৰাজনীতি তথা মানুহৰ প্ৰতি আগ্ৰহী। তেওঁৰ ঘৰ কলকাতাত।

Editor

Harshita Kalyan

হৰ্ষিতা কল্যাণ এগৰাকী জ্যেষ্ঠ সম্পাদিকা আৰু ৰাজনীতি তথা মানুহ তেওঁৰ আগ্ৰহৰ বিষয়। তেওঁৰ ঘৰ কলকাতাত।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Video Editor

Sinchita Parbat

সিঞ্চিতা পৰ্বত পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ ভিডিঅ’ সম্পাদক আৰু এগৰাকী স্বতন্ত্ৰ আলোকচিত্ৰশিল্পী তথা তথ্যচিত্ৰ নিৰ্মাতা। তেওঁৰ পূৰ্বৰ প্ৰতিবেদনসমূহ সিঞ্চিতা মাঝি বুলি পাৰিত প্ৰকাশিত হৈছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Illustration

Antara Raman

অন্তৰা ৰমন এগৰাকী চিত্ৰকৰ আৰু ৱেবছাইট ডিজাইনাৰ। সামাজিক প্ৰক্ৰিয়া আৰু ৰূপকথামূলক চিত্ৰকল্পৰ প্ৰতি তেওঁৰ আগ্ৰহ আছে। বেংগালুৰুৰ সৃষ্টি ইনষ্টিটিউট অৱ আৰ্ট, ডিজাইন আৰু টেকনলজিৰ স্নাতক অন্তৰা ৰমনে বিশ্বাস কৰে যে কাহিনীৰ কথকতাৰ পৃথিৱীখন আৰু সচিত্ৰকৰণ, দুয়োটা পৰস্পৰৰ সহযোগী।