meera-umap-singing-in-the-change-as

Aurangabad, Maharashtra

Apr 14, 2024

পৰিৱৰ্তনৰ গীত গোৱা মীৰা উমপ

মাতংগ সম্প্ৰদায়ৰ কণমানি ছোৱালীজনীয়ে মাক-দেউতাকৰ লগত মহাৰাষ্ট্ৰৰ গাওঁবোৰত গান গাই গাই ফুৰিছিল, পিছলৈ তেঁৱেই হৈ পৰে বিপ্লৱী শ্বাহিৰ। সৰু ঘাত বাদ্য দিমাদি বজোৱা আৰু ভীম গীত গাই তেওঁ বাবাচাহেবৰ বাৰ্তা বিলাই ফুৰে। ১৪ এপ্ৰিলৰ দিনা আম্বেদকাৰ জয়ন্তী উপলক্ষে তেওঁৰ কাহিনী

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Keshav Waghmare

কেশৱ ৱাঘমাৰে মহাৰাষ্ট্ৰৰ পুনেৰ এগৰাকী লেখক আৰু গৱেষক। তেওঁ দলিত আদিবাসী অধিকাৰ আন্দোলন (ডিএএএ) ৰ প্ৰতিষ্ঠাপক। এই সংগঠন ২০১২ চনত প্ৰতিষ্ঠা হৈছিল আৰু তেওঁলোকে মাৰাঠৱাড়াৰ জনসাধাৰণক বহু বছৰ ধৰি নথিভূক্ত কৰি আহিছে।

Editor

Medha Kale

পুণেৰ মেধা কালেয়ে মহিলা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কাম কৰিছে। তেওঁ পাৰিৰ অনুবাদো কৰে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ড্যা পাৰিৰ সৃজনীমূলক শাখাক নেতৃত্ব দিয়া এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰিভাষা গোটৰ এগৰাকী সদস্য আৰু গুজৰাটী ভাষাত অনুবাদ আৰু সম্পাদনা কৰে। গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰা এগৰাকী কবি।

Illustrations

Labani Jangi

লাবনি জংগি পশ্চিমবংগৰ নাডিয়া জিলাৰ এগৰাকী স্বশিক্ষিত চিত্ৰশিল্পী। তেওঁ ২০২০ত আৰম্ভ হোৱা টি.এম. কৃষ্ণা-পাৰি পুৰস্কাৰৰ প্ৰথমগৰাকী বিজেতা। পিএইচডি ছাত্ৰী লাবনিয়ে চেণ্টাৰ ফৰ ষ্টাডিজ ইন চ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিক প্ৰবজন বিষয়ৰ ওপৰত কাম কৰি আছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।