extreme-weather-plays-havoc-with-magahi-paan-as

Nawada, Bihar

Mar 19, 2024

বিষম বতৰৰ কবলত মগহি পাণৰ খেতিয়ক

দক্ষিণ বিহাৰৰ ক্ষুদ্ৰ পাণ খেতিয়কক অনিয়মীয়া আৰু বিষম বতৰে বিপাঙত পেলাইছে। ইফালে চৰকাৰী ক্ষতিপূৰণো নগণ্য। মগহি পানে ২০১৭ চনতে জি.আই. টেগ পাইছিল যদিও খেতিয়কসকলে কয় যে সেই টেগে তেওঁলোকক চিন্তামুক্ত কৰা নাই, সমস্যা একেই আছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Umesh Kumar Ray

উমেশ কুমাৰ ৰয়তক্ষশীলা-পাৰিৰ ২০২৫ বৰ্ষৰ জ্যেষ্ঠ ফেলো আৰু ২০২২ বৰ্ষৰ প্ৰাক্তন পাৰি ফেলো৷ ফ্ৰীলাঞ্চ সাংবাদিক হিচাপে কৰ্মৰত উমেশ কুমাৰ কয়ে বিহাৰৰ প্ৰান্তীয় সম্প্ৰদায়ৰ প্ৰতিবেদন প্ৰকাশ কৰে৷

Author

Shreya Katyayini

শ্ৰেয়া কাত্যায়িনী এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ ভিডিঅ’ সম্পাদক। তেওঁ পাৰিৰ বাবে ইলাষ্ট্ৰেছনৰ কামো কৰে।

Photographs

Shreya Katyayini

শ্ৰেয়া কাত্যায়িনী এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ ভিডিঅ’ সম্পাদক। তেওঁ পাৰিৰ বাবে ইলাষ্ট্ৰেছনৰ কামো কৰে।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।