cosmetic-changes-for-adivasis-as

Thrissur, Kerala

Feb 08, 2025

আদিবাসীসকলৰ বাবে উপৰুৱা পৰিৱৰ্তন

কেৰালাৰ অৰণ্যৰ পৰা আদিবাসী কদৰ সম্প্ৰদায়ক অতি শীঘ্ৰেই জলবিদ্যুৎ প্ৰকল্প এটাৰ বাবে বিস্থাপিত কৰা হ’ব, এই ‘উন্নয়ন’ৰ বাবে তেওঁলোকক এনেকৈ বিস্থাপিত কৰা এনে পৰিস্থিতিত বাজেট ২০২৫ তেওঁলোকৰ একো কামত নাহে বুলি তেওঁলোকে মন্তব্য কৰে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

K.A. Shaji

কে. এ. শাজি কেৰালাৰ এজন সাংবাদিক। তেওঁ মানৱাধিকাৰ, পাৰিপাৰ্শ্বিকত, জাতি-বৰ্ণ, উপান্ত সম্প্ৰদায় আৰু জীৱিকা সম্পৰ্কে লিখি আহিছে।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।