বীড়ত-মোৰ-ওপৰত-নিৰ্য্যাতন-চলোৱা-সহজ-হৈ-পৰিল

Beed, Maharashtra

Nov 07, 2021

বীড়ত: ‘মোৰ ওপৰত নিৰ্য্যাতন চলোৱা সহজ হৈ পৰিল’

মহাৰাষ্ট্ৰৰ বীড় জিলাত ধৰ্ষিতা মহিলা এগৰাকীয়ে ক’ভিড পৰিস্থিতিত পৰি উপাৰ্জন নাইকিয়া হোৱাত উপায়ন্তৰ হৈ পুনৰাই গাঁৱলৈ উভতি আহিল, অৱশ্যেকে তেওঁ নিৰ্য্যাতন আৰু সামাজিক বৰ্জনৰ মুখামুখি হ’ল, তথাপি তেওঁ ন্যায়ৰ দীঘলীয়া যুঁজখনত সাহসেৰে থিয় দি ৰ’ল

Translator

Pankaj Das

Illustrations

Labani Jangi

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Text

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Illustrations

Labani Jangi

লাবনি জংগি পশ্চিমবংগৰ নাডিয়া জিলাৰ এগৰাকী স্বশিক্ষিত চিত্ৰশিল্পী। তেওঁ ২০২০ত আৰম্ভ হোৱা টি.এম. কৃষ্ণা-পাৰি পুৰস্কাৰৰ প্ৰথমগৰাকী বিজেতা। পিএইচডি ছাত্ৰী লাবনিয়ে চেণ্টাৰ ফৰ ষ্টাডিজ ইন চ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিক প্ৰবজন বিষয়ৰ ওপৰত কাম কৰি আছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।