এইবাৰ-শীতত-আমাৰ-হৃদয়-আঙঠাৰ-দৰে-জ্বলিছে

Sonipat, Haryana

Mar 07, 2021

এইবাৰ শীতত আমাৰ হৃদয় আঙঠাৰ দৰে জ্বলিছে

কৃষকসকলৰ প্ৰতিবাদস্থলীত সিংঘু আৰু বুৰাড়ীৰ অস্থায়ী শিবিৰত থকা প্ৰতিবাদকাৰী সকল সদায় দিনটোৰ অন্তত দীঘলীয়া নিশাটোলৈ বুলিভ্ৰাতৃত্বৰ ভাবনা আৰু নতুন সংকল্পৰে আগন্তুক যুঁজৰ বাবে সাজু হয়

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Shadab Farooq

শ্বাবাদ ফাৰুক দিল্লীৰ এগৰাকী মুক্ত সাংবাদিক আৰু কাশ্মীৰ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ পৰা তেওঁ প্ৰতিবেদন যুগুতায়। তেওঁ ৰাজনীতি, সংস্কৃতি আৰু পৰিৱেশৰ ওপৰত লিখে।

Translator

Bhabesh Medhi

ভৱেশ মেধি এগৰাকী গুৱাহাটীস্থ সাংবাদিক। স্বাস্থ্য সম্পৰ্কীয় ৰিপ’ৰ্টিঙৰ বাবে তেখেতে দুবাৰকৈ ৰিচ্ মিডিয়া ফেলশ্বিপ লাভ কৰাৰ লগতে শিশু সম্পৰ্কীয় ৰিপ’ৰ্টিঙৰ বাবে দুবাৰকৈ ইউনিচেফফৰ ফেলশ্বিপ লাভ কৰিছে । যোগাযোগৰ ইমেইল আইডি bhabesh.medhi@gmail.com