বিমুদ্রাকৰণৰ-ফলত-বিধ্বস্ত-খেতিয়ক

Amravati, Maharashtra

Jan 03, 2018

বিমুদ্রাকৰণৰ ফলত বিধ্বস্ত খেতিয়ক

বিদর্ভৰ কৃষিজাত সামগ্রীৰ বজাৰত বছৰটোৰ ভিতৰত এইটোৱেই বেচা-কিনাৰ উথপ-থপ সময়। কিন্তু এই অঞ্চলৰ কৃষকে এতিয়া ভীষণ লোকচান মূৰ পাতি লবলৈ বাধ্য হৈছে- কম দামত উত্পাদিত সামগ্রী বিক্রী কৰিছে, কিছুমান শস্য নষ্ট হ'বলৈ আৰম্ভ কৰিছে অথবা ঋণ পৰিশোধ কৰিবলগীযা বেংকত পুৰণি মুদ্রাৰে জমা কৰাৰ শংকাৰ বাবেই খেতিয়সকলৰ অৱস্ত্রা কুলাই-পাচিয়ে নধৰা হৈছে।

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ নাগপুৰস্থিত এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু পাৰিৰ ৰোভিং ৰিপ’ৰ্টাৰ। ৰামৰাও: দা ষ্ট’ৰি অৱ ইণ্ডিয়াচ ফাৰ্ম ক্ৰাইচিচ শীৰ্ষক গ্ৰন্থৰ ৰচক জয়দীপ এগৰাকী গ্ৰন্থকাৰো। ২০২৫ বৰ্ষত “অৰ্থপূৰ্ণ, দায়বদ্ধ আৰু প্ৰভাৱশীল সাংবাদিকতাৰ ক্ষেত্রত তেওঁৰ অনবদ্য অৰিহণা” লগতে “সামাজিক সজাগতা, অনুকম্পা আৰু পৰিৱৰ্তন”ৰ বাবে অনুপ্ৰেৰণামূলক কৰ্মৰ বাবে তেওঁক উদ্বোধনীমূলক ৰামোজী এক্সেলেন্স এৱাৰ্ডচ, ২০২৫ত শ্ৰেষ্ঠ সাংবাদিকতাৰ বটা প্ৰদান কৰা হয়।

Translator

Rashmi Rekha Das

ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে