in-pusesavali-doctored-images-destroyed-lives-as

Satara, Maharashtra

Mar 27, 2024

পুছেছাৱলীৰ জীৱন কাঢ়ি নিয়া স্ক্ৰীণশ্বট

উৰাবাতৰি, এডিট কৰা ফটো... এইবোৰেই এতিয়া বিভেদকামী শক্তিৰ বাবে হৈ পৰিছে অস্ত্ৰস্বৰূপ। ছ’চিয়েল মিডিয়াৰ এই যুগত সাম্প্ৰদায়িক অপশক্তিয়ে এনে অস্ত্ৰ ব্যৱহাৰ কৰিয়েই সমাজত বিষবাষ্প বিয়পাই আহিছে, কাঢ়ি লৈছে নিৰীহৰ জীৱন। মহাৰাষ্ট্ৰৰ পুছেছাৱলীৰ এনে এক ঘটনাৰ প্ৰতিবেদন

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Editor

Vishaka George

বেংগালুৰুৰ বিশাখা জৰ্জ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ সম্পাদক। তেওঁ জীৱিকা আৰু পৰিৱেশ সংক্ৰান্ত বিষয়ত প্ৰতিবেদন যুগুতায়। তেওঁ পাৰিৰ ছ’চিয়েল মিডিয়াৰ কাম চায় আৰু এডুকেচন টিমটোৰ সৈতে কাম কৰি পাৰিৰ প্ৰতিবেদনবোৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ চৌপাশৰ সমস্যাৰাজী নথিবদ্ধ কৰিবলৈ শিকায়।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।