in-bhandara-a-series-of-strange-and-unfortunate-events-as

Bhandara, Maharashtra

Apr 23, 2024

পৰিয়ালৰ নিৰাপত্তাৰ খাতিৰত জীৱনৰ নিৰাপত্তা হেৰুৱাইছে ভাণ্ডাৰাৰ যুৱকসকলে

গাঁৱত কৰ্মসংস্থানৰ অভাৱত পৰি মহাৰাষ্ট্ৰৰ এই জিলাৰ যুৱক-যুৱতীসকল বাহিৰলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছে। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ কথা ভাবিবলৈ তেওঁলোকৰ সময়েই নাই

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ নাগপুৰস্থিত এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু পাৰিৰ ৰোভিং ৰিপ’ৰ্টাৰ। ৰামৰাও: দা ষ্ট’ৰি অৱ ইণ্ডিয়াচ ফাৰ্ম ক্ৰাইচিচ শীৰ্ষক গ্ৰন্থৰ ৰচক জয়দীপ এগৰাকী গ্ৰন্থকাৰো। ২০২৫ বৰ্ষত “অৰ্থপূৰ্ণ, দায়বদ্ধ আৰু প্ৰভাৱশীল সাংবাদিকতাৰ ক্ষেত্রত তেওঁৰ অনবদ্য অৰিহণা” লগতে “সামাজিক সজাগতা, অনুকম্পা আৰু পৰিৱৰ্তন”ৰ বাবে অনুপ্ৰেৰণামূলক কৰ্মৰ বাবে তেওঁক উদ্বোধনীমূলক ৰামোজী এক্সেলেন্স এৱাৰ্ডচ, ২০২৫ত শ্ৰেষ্ঠ সাংবাদিকতাৰ বটা প্ৰদান কৰা হয়।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰি এজুকেচন শিতানত ইনটাৰ্ন আৰু শিক্ষাৰ্থী স্বেচ্ছাসেৱকৰ সৈতেও ঘনিষ্ঠভাৱে জৰিত। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক সৰ্বজয়া চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্য বিষয়ত আগ্ৰহী।

Translator

Quiline Kakoty

কুইলিন কাকতি দিল্লীস্থিত এগৰাকী মুক্ত সাংবাদিক, লেখক, ব্লগাৰ তথা অনুবাদক। কুইলিনে বিগত ১৫ বছৰ ধৰি সাংবাদিকতা আৰু অনুবাদৰ সৈতে জড়িত হৈ আছে আৰু কেইবাখনো শীৰ্ষস্থানীয় বাতৰি কাকত, আলোচনী আৰু ৱেব পৰ্টেলত লিখা-মেলা কৰে।