dukkarwale-mama-is-a-man-in-a-hurry-as

Chandrapur, Maharashtra

Dec 13, 2023

সদাব্যস্ত কৃষকবন্ধু দুক্কাৰৱালে মামা!

চন্দ্ৰপুৰ জিলা আৰু তাড়োবা আন্ধাৰি ব্যাঘ্ৰ প্ৰকল্প অঞ্চলত কৃষক সমাজৰ বাবে ভিত্থাল বদখল বোলা ব্যক্তিজন যেন এক আশীৰ্বাদহে। খেতিয়কৰ তেওঁ ত্ৰাণকৰ্তা। ‘দুক্কাৰৱালে মামা’ বুলি জনপ্ৰিয় বদখলৰ কাম হৈছে অঞ্চলটোৰ খেতিয়কক বন্য জীৱ-জন্তুৰ পৰা খেতিৰ ক্ষতিৰ বাবদ চৰকাৰৰ পৰা প্ৰাপ্য ক্ষতিপূৰণ দিওৱা আৰু এই সন্দৰ্ভত কৃষক সমাজক সজাগ-সচেতন কৰা

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Photographs

Sudarshan Sakharkar

সুদৰ্শন ছাখাৰকাৰ নাগপুৰৰ এগৰাকী মুক্ত আলোকচিত্ৰ সাংবাদিক।

Photographs

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।