athipattus-idol-maker-keeps-fisherfolk-safe-as

Thiruvallur, Tamil Nadu

Sep 21, 2023

মাছমৰীয়াৰ অভয়দাতা কান্নিচামীক গঢ়া খনিকৰজন

তিৰুভল্লুৰ জিলাত দিল্লি আন্নাই উত্তৰ চেন্নাইৰ মাছমৰীয়া সম্প্ৰদায়ৰ ত্ৰাণকৰ্তা আৰু অভয়দাতা কান্নিচামিক খেৰ-মাটিৰে গঢ়া প্ৰতিমাৰে সাকাৰ ৰূপ দি আহিছে। এতিয়া নগৰীকৰণৰ ফলত খেৰ আৰু আলতীয়া মাটি পাবলৈ নাইকিয়া হোৱাত তেওঁৰ শিল্পকলাও বিপন্ন হৈছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

M. Palani Kumar

এম. পালানি কুমাৰ পিপলচ্ আৰ্কাই অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী ষ্টাফ ফটোগ্ৰাফাৰ। তেওঁ শ্ৰমিক শ্ৰেণীৰ মহিলা তথা উপান্ত শ্ৰেণীৰ লোকৰ জীৱনবোৰ আলোকচিত্ৰ আৰু প্ৰতিবেদনৰ যোগেদি তুলি ধৰাত আগ্ৰহী। পালানিয়ে ২০২১ত এমপ্লিফাই অনুদান আৰু ২০২০ত সমস্যক দৃষ্টি আৰু ফটো চাউথ এছিয়া অনুদান অনুদান লাভ কৰিছিল। ২০২২ত তেওঁ প্ৰথমটো দয়ানিধি সিং-পাৰি তথ্যচিত্ৰ আলোকচিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ তামিলনাডুত হাতেকৰা চাফাই কৰ্মীৰ ওপৰত চলচ্চিত্ৰকাৰ দিব্যা ভাৰথীৰ দ্বাৰা নিৰ্মিত ‘কাকূচ’ নামৰ তথ্যচিত্ৰখনৰ চিনেমেটোগ্ৰাফি কৰিছে।

Editor

S. Senthalir

এছ. চেন্থালিৰ এগৰাকী প্ৰতিবেদক আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সহকাৰী সম্পাদক। তেওঁ ২০২০ৰ পাৰি ফেলো আছিল।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।