সুন্দৰবনত-সৰ্পদেৱীৰ-ভূমিকাত

South 24 Parganas, West Bengal

Oct 20, 2021

সুন্দৰবনত সৰ্পদেৱীৰ ভূমিকাত

পশ্চিমবংগৰ ৰজত জুবিলি গাঁৱৰ খেতিয়ক-শ্ৰমিক সকলোৱে লগ লাগি মনসা পালা গান প্ৰদৰ্শন কৰিছে, সৰ্প দেৱী মনসাক সন্তুষ্ট কৰিবলৈ এই পাৰম্পৰিক গীতি-নাটেৰে তেওঁলোকে গ্ৰাম্য নাটকৰ পৰম্পৰা অটুত ৰাখিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ritayan Mukherjee

ঋতায়ন মুখাৰ্জী কলকাতাৰ এগৰাকী আলোকচিত্ৰ শিল্পী আৰু পাৰিৰ জ্যেষ্ঠ ফেলো৷ তেওঁ ভাৰতৰ পশুপালক তথা যাযাবৰী সম্প্ৰদায়ৰ জীৱন কাহিনী নথিভুক্ত কৰা দীৰ্ঘম্যাদী প্ৰকল্পৰ ওপৰত কাম কৰি আছে৷

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।