পৰম্পৰাগত-শিল্পৰে-ছিত্তিলিংগি-উপত্যকাত-উত্তৰণৰ-বাট-মোকলাইছে-মহিলাই

Dharmapuri, Tamil Nadu

Jan 18, 2019

পৰম্পৰাগত শিল্পৰে ছিত্তিলিংগি উপত্যকাত উত্তৰণৰ বাট মোকলাইছে মহিলাই

তামিলনাডুৰ ধৰমপুৰী জিলাৰ লাম্বাদী মহিলাসকলে অতি কষ্টৰে তেঁওলোকৰ সম্প্ৰদায়ৰ পৰম্পৰাগত এম্ব্ৰইডাৰী 'ঘেটা’ক পুনৰুজ্জীৱিত কৰি এই পৰম্পৰাগত দক্ষতাৰে উপাৰ্জন বৃদ্ধি কৰি অভাৱৰ বাবে কাম বিচাৰি প্ৰব্ৰজিত হোৱাৰো অন্ত পেলালে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।