ঘৰ-স্বামী-সকলো-হেৰুৱালো

Gopalganj, Bihar

Apr 19, 2023

ঘৰ-স্বামী সকলো হেৰুৱালো

বিহাৰৰ গোপালগঞ্জ জিলাত বিষাক্ত সুৰাপান কৰি মুকেশ ৰামে প্ৰাণ হেৰুৱালে, পৰিণামস্বৰূপে এতিয়া তেওঁৰ পৰিয়ালে জীয়াতু ভুগিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Umesh Kumar Ray

উমেশ কুমাৰ ৰয়তক্ষশীলা-পাৰিৰ ২০২৫ বৰ্ষৰ জ্যেষ্ঠ ফেলো আৰু ২০২২ বৰ্ষৰ প্ৰাক্তন পাৰি ফেলো৷ ফ্ৰীলাঞ্চ সাংবাদিক হিচাপে কৰ্মৰত উমেশ কুমাৰ কয়ে বিহাৰৰ প্ৰান্তীয় সম্প্ৰদায়ৰ প্ৰতিবেদন প্ৰকাশ কৰে৷

Editor

Devesh

দেৱেশ এগৰাকী কবি, সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদক। তেওঁ পিপলচ্ আৰ্কাইভ অৱ ইণ্ডিয়াৰ হিন্দী ভাষাৰ অনুবাদ সম্পাদক।

Editor

Sanviti Iyer

সংবিতি আয়াৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সমন্বয়ক। তেওঁ গ্ৰামীণ ভাৰতৰ সমস্যাৰাজী শিক্ষাৰ্থীৰ সৈতে নথিভুক্ত কৰা আৰু প্ৰতিবেদন যুগুতোৱা কামো কৰে।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷