গছত-উঠি-আমি-কথমপি-বাচিছিলো

South 24 Parganas, West Bengal

Jun 11, 2021

‘গছত উঠি আমি কথমপি বাচিছিলো’

সুন্দৰবনত আমফানৰ তাণ্ডৱৰ এবছৰ পিছতেই ২৬ মে’ত ইয়াছ ঘূৰ্ণীবতাহে মৌচুনী দ্বীপত প্ৰৱল বানৰ সৃষ্টি কৰে। ঘৰ-বাৰী হেৰুৱাই সৰ্বস্বান্ত হোৱাসকলে নতুনকৈ কেনেদৰে জীৱন আৰম্ভ কৰিছে, তাৰে এক ছবি পাৰিয়ে দাঙি ধৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ritayan Mukherjee

ঋতায়ন মুখাৰ্জী কলকাতাৰ এগৰাকী আলোকচিত্ৰ শিল্পী আৰু পাৰিৰ জ্যেষ্ঠ ফেলো৷ তেওঁ ভাৰতৰ পশুপালক তথা যাযাবৰী সম্প্ৰদায়ৰ জীৱন কাহিনী নথিভুক্ত কৰা দীৰ্ঘম্যাদী প্ৰকল্পৰ ওপৰত কাম কৰি আছে৷

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।