goodbye-gangappa-as

Anantapur, Andhra Pradesh

Aug 26, 2024

বিদায় গংগাপ্পা

খেতিৰ কামত দেহাই নটনা হোৱাৰ ফলত গংগাপ্পাই মহাত্মা গান্ধীৰ ভেশ ধৰি অনন্তপুৰত ভিক্ষাবৃত্তিত নিয়োজিত হৈছিল৷ ২০১৭ চনৰ মে’ত পাৰিয়ে তেওঁৰ ওপৰত এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল৷ দুদিন পূৰ্বে এখন গাড়ীয়ে তেওঁক মহটিয়াই থৈ যায়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Rahul M.

ৰাহুল এমঃ ৰাহুল এম অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০১৭ বৰ্ষৰ পাৰি ফেল'।

Editor

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷