সপোনৰ-সোপান-বগাই-কত-যে-চালিহান

Ahmedabad, Gujarat

Jul 29, 2021

সপোনৰ সোপান বগাই কত যে চালিহান

১৯৩০ চনত ওড়িশাৰ নুৱাপাড়া জিলাৰ চালিহা গাঁৱত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিছিল আদিবাসী স্বাধীনতা যুঁজাৰু ডেমাথি ডেই সবৰে। ডেমাথি আৰু সেই অঞ্চলৰ নৱ ডেমাথিসকলৰ প্ৰতি এয়া এক শ্ৰদ্ধাৰ্ঘ্য

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ড্যা পাৰিৰ সৃজনীমূলক শাখাক নেতৃত্ব দিয়া এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰিভাষা গোটৰ এগৰাকী সদস্য আৰু গুজৰাটী ভাষাত অনুবাদ আৰু সম্পাদনা কৰে। গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰা এগৰাকী কবি।

Translator

Bonya Baruah

বন্যা বৰুৱা মুম্বাইস্থিত এগৰাকী ফ্ৰিলান্স সাংবাদিক আৰু লেংগুৱেজ এক্সপাৰ্ট। তেওঁ ইউনিচেফ মিডিয়া ফেল’শ্বিপ, জুবান-ছাছাকাৱা পিচ্চ ফেল’শ্বিপ, অসম চৰকাৰৰ মিডিয়া ফেল’শ্বিপ আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ফেল’শ্বিপ লাভ কৰিছে। তেওঁৰ পচন্দৰ ক্ষেত্ৰসমূহ হ’ল মহিলা, পৰিৱেশ, মানৱ অধিকাৰ আৰু উন্নয়নমূলক সাংবাদিকতা।