মল্লযুঁজত-সামাজিক-ধাৰাভাষ্য

Jalna, Maharashtra

Jan 27, 2020

মল্লযুঁজত সামাজিক ধাৰাভাষ্য

কথলি গাঁৱৰ শংকাৰো পুজাৰী মহাৰাষ্ট্ৰৰ মল্লযুঁজৰ জগতখনৰ এগৰাকী কিংবদন্তি। এসময়ত জনপ্ৰিয়তা হেৰুৱাবলৈ ধৰা মল্লযুঁজৰ খেলখনলৈ ধাৰাভাষ্যৰ অনন্য শৈলীৰে দৰ্শকক চুম্বকৰ দৰে টানি অনা ধাৰাভাষ্যকাৰজন তেৱেই

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।