the-kamalkosh-cane-mat-tells-a-story-as

Cooch Behar, West Bengal

Jun 27, 2024

কোচবিহাৰৰ পাটীদৈৰ কাহিনী

সুখ-সম্পদ লাভৰ সম্ভাৱনা সুচোৱা চিহ্ন যেনে কলগছ আৰু ময়ূৰ আদিৰ ফুল তুলি এবিধ বিশেষ পাটী কমলকোচ বনাব পৰা প্ৰভাতি ধৰ এগৰাকী পাকৈত শিপিনী। এই পাটী বৈ উলিওৱা বিৰল কলা তেওঁ পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ নতুন প্ৰজন্মক দি যাব বিচাৰিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Shreya Kanoi

শিল্পকলা আৰু জীৱিকাক সম্পৰ্কক লৈ গৱেষণা কৰা শ্ৰেয়া কানৈ ২০২৩ৰ পাৰি-এমএমএফ ফেল’।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্য্যবাহী সম্পাদক। তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকা সম্পৰ্কে লিখে। প্ৰীতিয়ে পাৰিৰ শিক্ষা শাখাৰো নেতৃত্ব দিয়ে আৰু গ্ৰামীণ সমস্যাবোৰ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমৰ আওতালৈ আনিবলৈ তেওঁ বিদ্যালয় আৰু মহাবদ্যালয়সমূহৰ স’তে কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।