rights-on-paper-struggles-on-ground-as

Budgam, Jammu and Kashmir

Dec 06, 2023

কাগজে-পত্ৰই আঁচনি, সত্য কেৱল সংগ্ৰাম

হিমালয়ৰ পশুপালকসকলে ৰাজ্যৰ কল্যাণমূলক আঁচনিসমূহ, বন অধিকাৰ আনকি ৰেচন কাৰ্ডৰো সুবিধাৰ পৰা বঞ্চিত। সেয়ে আব্দুল ৰছিদ শ্বেইখ আৰু নজিৰ আহমেদ দিন্দাহঁতে আৰ.টি.আই.যোগে ৰাজ্য চৰকাৰক জবাবদিহি কৰাৰ চেষ্টা চলাইছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Author

Rudrath Avinashi

ৰুদ্ৰথ অবিনাশীয়ে গৱেষণা আৰু নথিভুক্তকৰণ যোগেদি সামূহিক সংৰক্ষণৰ ক্ষেত্রত থকা সমস্যাবোৰৰ ওপৰত কাম কৰে। তেওঁ কল্পবৃক্ষৰ এগৰাকী সদস্য।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰি এজুকেচন শিতানত ইনটাৰ্ন আৰু শিক্ষাৰ্থী স্বেচ্ছাসেৱকৰ সৈতেও ঘনিষ্ঠভাৱে জৰিত। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক সৰ্বজয়া চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্য বিষয়ত আগ্ৰহী।