i-want-to-play-for-india-as

Banswara, Rajasthan

Jun 29, 2024

‘মই ভাৰতৰ হৈ খেলিব বিচাৰোঁ’

এতিয়া ক্ৰিকেট অনুৰাগীসকলৰ মন টি২০ ৱৰ্ল্ড কাপত। একে সময়তে আকৌ দেশৰ আগন্তুক প্ৰজন্মৰ খেলুৱৈসকলে কঠোৰ অনুশীলন অব্যাহত ৰাখিছে। ৰাজস্থানৰ বংশৱাৰাৰ নবছৰীয়া হিতাক্ষী দেশৰ কাৰণে খেলিবলৈ সাজু হোৱা এই আশাবাদীসকলৰ মাজৰে এগৰাকী

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Swadesha Sharma

স্বদেশা শৰ্মা পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সম্পাদক আৰু গৱেষক। তেওঁ পাৰি লাইব্ৰেৰীৰ বাবে সমল গোটোৱাৰ হেতু স্বেচ্ছাসেৱকৰ সৈতে কাম কৰে।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্য্যবাহী সম্পাদক। তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকা সম্পৰ্কে লিখে। প্ৰীতিয়ে পাৰিৰ শিক্ষা শাখাৰো নেতৃত্ব দিয়ে আৰু গ্ৰামীণ সমস্যাবোৰ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমৰ আওতালৈ আনিবলৈ তেওঁ বিদ্যালয় আৰু মহাবদ্যালয়সমূহৰ স’তে কাম কৰে।

Translator

Bonya Baruah

বন্যা বৰুৱা মুম্বাইস্থিত এগৰাকী ফ্ৰিলান্স সাংবাদিক আৰু লেংগুৱেজ এক্সপাৰ্ট। তেওঁ ইউনিচেফ মিডিয়া ফেল’শ্বিপ, জুবান-ছাছাকাৱা পিচ্চ ফেল’শ্বিপ, অসম চৰকাৰৰ মিডিয়া ফেল’শ্বিপ আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ফেল’শ্বিপ লাভ কৰিছে। তেওঁৰ পচন্দৰ ক্ষেত্ৰসমূহ হ’ল মহিলা, পৰিৱেশ, মানৱ অধিকাৰ আৰু উন্নয়নমূলক সাংবাদিকতা।