স্বাধীন-দেশৰ-স্বকীয়-পৰিচয়ৰ-যুঁজ

Madurai, Tamil Nadu

Mar 29, 2023

স্বাধীন দেশৰ স্বকীয় পৰিচয়ৰ যুঁজ

দৈৱজ্ঞ, সাপৰ ওজা, বেজ, ৰছীৰ খেল দেখুওৱা আৰু আন কেতবোৰ নিৰ্দিষ্ট সম্প্ৰদায়ক লোকপিয়লত ভুলকৈ তালিকাবদ্ধ কৰি থোৱা আছে। এই অন্যায়ৰ কাৰণে তেওঁলোকে নিজৰ পৰিচয় হেৰুৱাইছে আৰু উপান্ত শ্ৰেণীৰ হোৱা হেতুকে ৰাজ্যৰ সা-সুবিধাৰ পৰাও তেওঁলোক বঞ্চিত হৈছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Pragati K.B.

প্ৰগতি কে.বি. এগৰাকী মুক্ত সাংবাদিক। তেওঁ ইউনিভাৰ্ছিটি অৱ অক্সফ’ৰ্ড, ইউ.কে.ৰ পৰা সামাজিক নৃতত্ববিদ্যাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম পঢ়ি আছে।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।