গ্ৰাম্য-স্বাস্থ্য-বিষয়াই-আমাৰ-আশা-ভৰসাৰ-থল

Narayanpur, Chhattisgarh

Nov 10, 2021

“গ্ৰাম্য স্বাস্থ্য বিষয়াই আমাৰ আশা-ভৰসাৰ থল”

ছত্তীশগড়ৰ আদিবাসী অধ্যুষিত নাৰায়নপুৰ জিলাৰ জ্যেষ্ঠ গ্ৰামীণ স্বাস্থ্য বিষয়া উৰ্মিলা দুগ্গাৰ কামৰ তালিকাখন দীঘলীয়া। উৰ্মিলাৰ দৰে তৃণমূল পৰ্য্যায়ত কাম কৰা কৰ্মীয়েই জনস্বাস্থ্য ব্যৱস্থাটোক জীয়াই ৰাখিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্য্যবাহী সম্পাদক। তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকা সম্পৰ্কে লিখে। প্ৰীতিয়ে পাৰিৰ শিক্ষা শাখাৰো নেতৃত্ব দিয়ে আৰু গ্ৰামীণ সমস্যাবোৰ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমৰ আওতালৈ আনিবলৈ তেওঁ বিদ্যালয় আৰু মহাবদ্যালয়সমূহৰ স’তে কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।