the-resident-songwriter-of-lupungpat-as

Gumla, Jharkhand

Apr 24, 2025

লুপুংপাট: অসুৰ ভাষাৰ গীতিকাৰ

শ্ৰদ্ধানন্দ (২৪) অসুৰ আদিবাসী গীতিকাৰ। তেওঁ নিজৰ বিশেষভাৱে বিপন্ন জনজাতীয় গোট (পিভিটিজি) অসুৰ সম্প্ৰদায়ৰ ভাষাত গীত আৰু কবিতা লিখে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Devesh

দেৱেশ এগৰাকী কবি, সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদক। তেওঁ পিপলচ্ আৰ্কাইভ অৱ ইণ্ডিয়াৰ হিন্দী ভাষাৰ অনুবাদ সম্পাদক।

Author

Shraddhanand Asur

শ্ৰদ্ধানন্দ অসুৰ ঝাৰখণ্ডৰ গুমলা জিলাৰ এগৰাকী গীতিকাৰ আৰু অসুৰ আৰু সাদৰী ভাষাত তেওঁ গীত আৰু কবিতা লিখে।

Editor

Ritu Sharma

ঋতু শৰ্মা পাৰিৰ বিপন্ন ভাষা শিতানৰ জ্যেষ্ঠ সহকাৰী সম্পাদক। ভাষাতত্ত্বৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ঋতুয়ে ভাৰতৰ কথিত ভাষাসমূহ সংৰক্ষণ আৰু পুনৰোদ্ধাৰৰ কাম কৰাত আগ্ৰহী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।